হোজাইৰ এটা অসহায় পৰিয়াল। এফালে পিতৃহাৰা ৩ সন্তান, আনফালে শয্যাশায়ী মাতৃ। অচিন ৰোগত আক্ৰান্ত হৈও তিনি সন্তানক জীয়াই ৰখাৰ বাবে কঠোৰ সংগ্ৰাম মাতৃৰ। মাতৃ শয্যাশায়ী হৈ পৰাৰ বাবে চকুৰ পানীৰে বাট নেদেখা হৈ পৰিছে তিনি সন্তানে। যাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাইজ তথা চৰকাৰৰ পৰা বিচাৰিছে সহায়ৰ হাত।
#NewsLive #AssamNews
Like the official facebook page of News Live:
Follow News Live on twitter:
Connect to our instagram account:
Visit our website for all news updates:
#NewsLive,#NewsLiveAssam,#AssamNews,#NewsLiveBreaking,#GuwahatiNews,#NeNews,#NewsLiveChannel,Hojai Family,Family Seeks Help,Hojai News,Assam News,Assam,News Live,
0 Comments